Loading...

মানব জাতিৰ ঐক্য শান্তি দয়া সম্প্ৰীতিৰ উদ্ৰেক কৰাৰ লক্ষ্যৰেই আমাৰ হিন্দুৰ বেদ উপনিষদ আদিয়ে ধৰ্ম কাৰ্য্য, যাগ-যজ্ঞ পূজা পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। এই ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে মানুহৰ মাজত সৎভাব জাগ্ৰত হয়। আধ্যাত্মিক চিন্তা চৰ্চাত মন প্ৰাণ বিজড়িত হৈ পৰে। আধ্যাত্মিক ভাৱনাৰে উদ্ধদ্ধ কোনো লোকে বেয়া কাম কৰিব নোৱাৰে। সনাতন ধৰ্মৰ শ্ৰেষ্ঠ মাৰ্গ হ’ল যাগ যজ্ঞ। ভাৰতীয় সভ্যতাৰ অগ্ৰণী ভুমিকা গ্ৰহন কৰি আহিছিল প্ৰাচীন ঋষি মুনি সকলে। মহৰ্ষি বেদব্যাস, বাল্মিকী, বশিষ্ঠ বিশ্বমিত্ৰ, উপমন্যু, চাণ্ডিল্য, ভৰদ্বাজ, পৰাশৰ, কাশ্যপ আদি ঋষি সকল আছিল অসাধাৰণ, তেওঁলোকে যি তপস্যা বা ধ্যান কৰিছিল, সেয়া আছিল আজিৰ বৈজ্ঞানিক গৱেষণাৰ অন্য এক নাম বুলি কব পাৰি। এনেহেন ধৰ্মপ্ৰাণ বেদজ্ঞ আৰু গৱেষক ঋষিমূনি সকলে পিছৰ প্ৰজন্মৰ বাবে সিচি থৈ যোৱা ধৰ্মৰ ধাৰা, বিধি বিধানবোৰ সৰোগত কৰি আজিও পূজা-পাতল, যাগ-যজ্ঞ সনাতন ধৰ্মালম্বী লোকসকলে অনুষ্ঠিত কৰি আহিছে।

From bookpujaonline.com

Bookpujaonline.com serve you for your exact & customized religious needs with our well experienced pandits and provide samagri at very reasonable price with hassle free services. Just contact us on using conatct us page, chat , our Mobile number , On our whatsapp or email address for your queries and we will guide you about the exact nature of services available with us. .

bookpujaonline.com

নমস্তে সৰ্ব্বদেৱানাং বৰদাসি হৰিপ্ৰিয়ে । যা গতিস্ত্বৎপ্ৰপন্নানাং সা মে ভূয়াত্ত্বদৰ্চ্চনাৎ ॥ বন্দে বিষ্ণুপ্ৰিয়াং দেৱীং দাৰিদ্ৰ দুঃখনাশিনীং । ক্ষীৰোদপুত্ৰীং কেশৱকান্তাং বিষ্ণু-বক্ষ বিলাসিনীম্‌ ।। লক্ষ্মীত্বং ধান্যৰূপাসি প্ৰাণিনাং প্ৰাণদায়িনী । দাৰিদ্ৰ দুঃখ সংহন্ত্ৰী লক্ষ্মীদেৱী নমোহস্তুতে ॥

Play
Shadow
Slider

How it works

Our Puja Categories

Basanti Puja

Rs.2,500.00Rs.4,600.00

suvasini puja

Rs.2,000.00Rs.4,000.00

Griha Shanti Puja

Rs.5,000.00Rs.7,000.00

Vastu Puja

Rs.6,000.00Rs.8,000.00

Kali Puja

Rs.6,200.00 Rs.6,000.00

Manasa Puja

Rs.6,200.00 Rs.6,000.00

Vishnu Paath

Rs.4,000.00Rs.5,500.00

Mundan Puja

Rs.1,500.00Rs.2,800.00

Recently added Puja

Our Services are Presently available only in Guwahati, Assam

Get Coupon
Subscribe now to get free discount coupon code. Don't miss out!
    SUBSCRIBE
    I agree with the term and condition